বিগত বৰ্ষৰ অৰ্থাৎ ২০২৩ চনৰ ২৫ অক্টোবৰ মাহত যোগদান কৰিছিলোঁ । Social media handler হিচাপে যোগদান কৰিছিলোঁ ।
Tag Archives: rintukurmi340@gmail.com
@rintukurmi340
নলবাৰীত পাৰ কৰা দিনবোৰৰ কিছু আলোকচিত্ৰ,,,, আৰু বিল্বেশ্বৰ দেৱালয়ৰ কিছু কথা ,,,,,
বিল্বেশ্বৰ দেৱালয়ৰ বিশেষ,,, নলবাৰী জিলাৰ কোঁচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালতকৈ আগৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়, এই দেৱালয় নলবাৰী জিলাৰ প্ৰায় ১৪/১৫ কিঃমিঃ দূৰত এই দেৱালয় অৱস্থিত ।এই দেৱালয়ৰ এক বিশেষ কাহিনী আছে,,, এজন ব্ৰাহ্মণৰ এজনী গাই আছিল সেই গাইজনী গাখীৰ দিয়া নাছিল তেতিয়া এদিন ব্ৰাহ্মণজনে কথাটো ভাৱি চিন্তিত হ’ল আৰু গাইজনীৰ পিছে পিছে গৈ এক বিশেষ দৃশ্যContinue reading “নলবাৰীত পাৰ কৰা দিনবোৰৰ কিছু আলোকচিত্ৰ,,,, আৰু বিল্বেশ্বৰ দেৱালয়ৰ কিছু কথা ,,,,,”
