মহাবিদ্যালয়ে বহু দিলে ,,,যি দিলে তাক এতিয়া সোঁৱৰি থকাৰ বাদে অন্য একো উপাই নাই,,,,,, মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ পৰা সেই গেটৰ চিকিউৰিটি লৈকে থকা আমাৰ সম্পৰ্কবোৰ আৰু বন্ধুত্বৰ সমন্বয়ৰ,,, বন্ধু বান্ধৱী সকলৰ সৈতে কৰা আমাৰ প্ৰত্যেকটো মূহুৰ্ত জীৱনৰ এটা এটা সজীৱ স্মৃতি আজি,,, মহাবিদ্যালয়ৰ ছাৰ বাইদেউ সকলৰ মৰমবোৰ আমাৰ শক্তি আছিল সাহস আছিল কিন্তু সেইবোৰৰ অন্তContinue reading “গৌৰৱ উজ্জ্বল বোকাখাতৰ আগশাৰীৰ শিক্ষানুষ্ঠান #জে_ডি_এছ_জি মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগ সন্মানীয় বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী সমাপ্ত কৰি মহাবিদ্যালয়ৰ ছাত্ৰাবাস মহাবিদ্যালয়ৰ বন্ধু বান্ধৱী, আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়, শিক্ষা গুৰুসকলৰ সৈতে,,,,,”
