B24 অসম NE ৰ কিছু অভিজ্ঞতা আৰু স্মৃতি বিগত বৰ্ষৰ অৰ্থাৎ ২০২৩ চনৰ ২৫ অক্টোবৰ মাহত যোগদান কৰিছিলোঁ । Social media handler হিচাপে যোগদান কৰিছিলোঁ । গৌতম দা, খ্যাতিষ্মান, জিতুমণি নিকুমনি দা