মধু আৰু মই

ই মৰমৰ মধু !! ইয়াক মই কওঁ মধু সিং পটোৱাৰী ! ই মোক খুৰা বুলি কয় কেতিয়াবা আকৌ বেহাবাৰী আউটপষ্টৰ মোহন বুলি কয়! ই মোক ভাল পায় নে নাজানো কিন্তু ই মোৰ প্ৰিয় !! মৰম লগা কথাবোৰ বন্ধুত্বৰ মৰমবোৰে প্ৰিয় কৰি তুলিছে!! ইয়াৰ ঘৰ নিকৰিঘাটতত !!! Rin2

পৰি আৰু মই

এই মোৰ বান্ধৱী পৰিস্মিতা !তাইৰ ঘৰ নলবাৰী মানে নলবেৰিয়া আপি ! তাই কথাবোৰ বহুত মৰমৰ তাইৰ বিষয়ে ক’বলৈ যোৱাৰ আগতে কওঁ তাই বহুত জমনি! সহজ সৰল কথাবোৰ ! মোক কই মোৰ পৰা হেনু তাই বহুত কিবা কিবি শিকিছে কিন্তু মইতো একোয়ে নাজানো। মই একো নাজানো কলেও খং তাইৰ! মোক তাই নিজৰ বুলি ভাৱে নে নাই নাজানো কিন্তু মোক তাই আপোন আপোন লাগে! তাইৰ মাকে মোক মৰম কৰে ! তাইৰ ভায়েকে কুৰ্মী দা বুলি সম্বোধন কৰে ! rin2
Design a site like this with WordPress.com
Get started