সন্ধ্যা বা মোৰ

বা মোৰ যোৰহটীয়া !! বাৰ হাঁহি সচাঁ বহুত ধুনীয়াকে মাৰে !! প্ৰথম চিনাকী হোমেন কাইৰ জৰিয়তে ! বা’ৰ ঘৰলৈ প্ৰথমতে যাওঁতে বিশ্বাসে কৰা নাছিল আমি যে তেওঁলোকৰ ঘৰলৈ গৈছিল শেষত গৈ বিশ্বাস কৰিল!চাহ খাই আহিলোগৈ!! বা’ কিন্তু সহজ সৰল !! মোক ভাইটি বুলি সম্বোধন কৰে !!!

জয়ন্তী

এইৰ সৈতে এদিনিয়া চিনাকী !! ঢেকিয়াজুলিৰ তাই !! জয়ন্তী নাম তাইৰ !! বহুত সৰু ছোৱালী !! কথাবোৰ সহজ সৰল আৰু বহু লাহে লাহে পাতে! বৰবিলত ল’গ পাইছিলো তাইক!!

ৰুবুল দা

এখেত মোৰ পৰামৰ্শদাতা !!উৎসাহ দিওঁতা প্ৰিয় ককাইদেউ!! এখেতেই মোক সামাজিক জীৱনগাঁথা !! সামাজিক জ্ঞান আৰু নৈতিকতাকে আদি কৰি বহুতো কথাৰে মোৰ জীৱনটো বাৰেৰহনীয়া কৰি তুলিছিল !! আজি পৰ্য্যন্ত তেখেতৰ মৰম আৰু চেনেহবোৰে মোক মুগ্ধ কৰে !! তেখেতক “ঐক্য সেনা অসম” ৰ যোগেদি চিনাকী হৈছিলো !!

হিমাদ্ৰী !!!

এই মোৰ বান্ধৱী তেজপুৰীয়া !! আমাৰ প্ৰথম চিনাকী ম’বাইলতে হৈছিল! তাইৰ সহজ সৰল কথাবোৰ ভাল লাগে !! আমি কথা পাতিলে শেষ নহয় !!

বা!!

বা মোৰ এখেত ! যোৰহাটত হৈছে বিয়া !! ইনেই আমাৰ ওচৰৰে !! বান্ধৱী নিকিতাৰ বা আছিল !!কিন্তু কিছুদিন কথা পাতি থাকোতে বাজনী বহুত আপোন হৈ গ’ল! বা’ৰ সহজ সৰল কথা আৰু দিহা পৰামৰ্শবোৰ মোক বহুত উৎসাহ দিয়ে !

লক্ষ্মী বা

বা লক্ষ্মী তাইৰ নাম! siso বুলি কওঁ তাইক মৰম কৰে ভাইটি বুলি!! প্ৰথম গাড়ী এখনত মানুহ এজনৰ লগত কথা পাতি থাকোতে মোৰ নামটো মনত ৰাখিছিল !বোকাখাতত দেখি বা’ৰ মনত পৰিছিল আৰু মোক সুধিছিল !!

বা আৰু মই

বা মোৰ নাম তেখেতৰ কাশ্মিৰী কাশ্মিৰৰ নহয় আকৌ !! বাৰ লগত প্ৰথম চিনাকী হোৱটচএপ গ্ৰুপত !! মই এছ এম এছ কৰিলে বায়ে এছ এম এছ কৰিবলৈ ভয় কৰে !! মোক ডাঙৰ বুলি ভাবিছিল প্ৰথমতে আপুনি বুলিয়ে সম্বোধন কৰিছিল পিছতহে গ’ম পালে মই যে সৰু! বা বহুত সহজ সৰল !! মোৰ বা তাই !! এতিয়া পিছে খা খবৰহে নাই !!ক’ত নো থাকে জানো পাই!!!

Design a site like this with WordPress.com
Get started