









এটা ল’ৰা আছিল সি মধ্যবিত্ত পৰিয়ালৰ সি সাধাৰণ ল’ৰাৰ দৰেই আছিল সিঁহতৰ পৰিয়ালত মাক দেউতাক সি আৰু ভন্টি আছিল সি ল’ৰাজন শিক্ষিত হোৱাৰ বাবে মাজে মাজে কিছুমান সৰু কাম পালে নগৰলৈ উলাই গৈছিল ! ল’ৰাজনৰ এটা কাম উলোৱাত এদিন টাউনলৈ গ’ল আৰু তাত থাকি কাম কৰি আছিল তেনেতে এদিন তাৰ জীৱনত বহুত ভুল কাম এটা কৰি দিলে সেই কাম সি কেতিয়াও কৰা নাছিল! এদিন তাৰ ওচৰৰে কক্ষ এটাত নিমন্ত্ৰন এটা আহিল যে “তুমি আজিৰ আহাৰ ইয়াতে গ্ৰহণ কৰিবা” সেই কথা ৰাখিবৰ কাৰণে সি আহাৰ গ্ৰহণ কৰিবলৈ গ’ল আহাৰ গ্ৰহণ কৰা কিছু ক্ষণৰ পাছত সেই কক্ষৰ এগৰাকীৰ ৰোগ এটাৰ হ’ল যি ৰোগৰ বাবে ল’ৰাজন সেই কক্ষ এৰি যাব নোৱাৰা হ’ল ! সেই কক্ষত ৰাতিটো কটালে সেই ৰাতিটো কেনেকুৱা আছিল কেৱল ল’ৰাজনেহে জানে! সেই কক্ষত এগৰাকী ল’ৰাজনৰ বয়সৰ ছোৱালী এগৰাকী আছিল সেই ছোৱালীজনী ভয়তে ল’ৰাজনক আলিংগন কৰিলে তেতিয়া ল’ৰাজন কিবা গৰম হৈ গ’ল আৰু ল’ৰাজনেও ভয় খালে আৰু অলপ তাই চকুলে চা’লে তাই চকুয়ে যেন ল’ৰাজনক সংগী কৰা বা প্ৰেমিক হোৱাৰ সংকেত দিছে । ছোৱালীজনী ল’ৰাজনৰ কাষতে শুই থাকিল আৰু কেতিয়া তেওঁলোকৰ মাজত প্ৰেম হোৱাৰ লগতে কি হ’ল গ’মকে নাপালে ! কিন্তু ল’ৰাজন মধ্যবিত্ত পৰিয়ালৰ হোৱাৰ বাবে কোনোধৰণৰ কথা দিব নোৱাৰা হ’ল! ল’ৰাজনে এতিয়াও সেই কথাবোৰ ভাৱি আবেগিক হয় ! ভাৱে আৰু কান্দি থাকে! উপাই বিহিন তাৰ জীৱন !মনলৈ আহে তাই সপোনলৈ আহে ঘূৰি ল’ৰাজনৰ কিন্তু ক’ব নোৱাৰে ছোৱালীজনীক!
rin2

এই বৰষা ডিব্ৰুগড়ৰ !! মোৰ পোৱালী তাই !! উৎপাত বহু বেছি! এইৰ লগত জননী ভন্টিৰ জৰিয়তে চিনাকী ! এই আকৌ ৰিন্টু দা বুলি সম্বোধন কৰে! মৰম লগা কথাবোৰ সহজ সৰল !! মাজে মাজে খং কৰি থাকে তাই!! মোক অলপ অলপ বেয়া পাই থাকে!!

এখেত শিৱসাগৰীয়া !! এখেত সাংবাদিক আৰু বহুত কিবাকিবি !! সহজ সৰল মানুহজন!! ল’গ পোৱা নাই যদিওঁ ল’গ পাম !!

এই ডিব্ৰুগড়ীয়া !! মোক দাদা সম্বোধন কৰে !! তাইৰ কথাবোৰ সহজ সৰল আৰু সৰু ছোৱালীৰ দৰে !! তাইৰ কথাবোৰ মৰম লাগে !! চিনাকী হোৱাৰে পৰা ল’গ পোৱা নাই যদিও আপোন ভাৱটো বহুত গভীৰতালৈ আছে!!

বা মোৰ বোকাখতিয়া !! আমাৰ ওচৰতে ঘৰ! ৰজাবাৰীৰ ভকতচাপৰিৰ! লিখনিৰ যোগেদি চিনাকী বা’ৰ লগত! এদিন ঘৰলে মাতি পঠিয়াইছিল !! বা’ৰ ঘৰলৈ উলাইছিলো গৈ !! বহুত সহজ সৰল বা’ জনী ! লিখা মেলাত ভাল !! মোক ভাইটি সম্বোধন কৰে!!

বা মোৰ মৰঙীৰ !! বা’ক প্ৰথম “ঐক্য সেনা অসম” ৰ জৰিয়তে চিনাকী হৈছিলো! বা সংগঠণৰ কাম কাজৰ লগতে বহুতো প্ৰতিভা থকা !! মোক ভাইটি বুলি সম্বোধন কৰে!!

এখেত ককাই মোৰ !! তিনিচুকীয়াৰ !! মোক ৰাজনৈতিক পেক্ষাপটৰ বিভিন্ন ধৰণৰ কথা জনোৱাৰ লগতে আমাৰ সামাজিক ব্যৱস্থাৰ বিষয়ে আলোচনা কৰোঁ ! এখেতৰ লগত নিউজ গ্ৰুপ এটাৰ পৰা চিনাকী হৈছিলো! মোক ভাইটি বুলি সম্বোধন কৰে এখেতে! বহুত আগতে এখেতে বিভিন্ন আন্দোলনৰ লগত জৰিত থকাৰ লগতে আন্তুৰাষ্ট্ৰীয় নিউজ চেনেলত কৰ্মৰত আছিল।