#Umananda_Temple, #Peacock_Iland #Bhasmanchal

সম্পূৰ্ণ ভিডিঅ’আৰু এই দ্বীপ সম্পৰ্কে জানিবলৈ ক্লিক কৰকঃ 👇

উমানন্দ এখন বিশ্বৰ ভিতৰতে আটাইতকৈ সৰু নদী দ্বীপ,,,,
এই দ্বীপ শিৱয়ে পাৰ্বতী অৰ্থাৎ উমা ৰ আনন্দৰ বাবে এই দ্বীপ সৃষ্টি কৰিছিল,,,,
শিৱৰ পত্নী সতী দাসত শিৱই বেদনাত তপস্যাত বহিছিল আৰু তপস্যাত মগ্ন হোৱাত সকলো দেৱ দেৱী চিন্তিত হৈ পৰিছিল তেতিয়াই কামদেৱক শিৱৰ তপস্যা ভংগ কৰিবলৈ কৈছিল,, কামদেৱে শিৱৰ তপস্যা ভংগ কৰাৰ কাৰণে শিৱয়ে খংত কামদেৱক ভস্মিভূত কৰিলে সেইকাৰণে এই ঠাইখনৰ নাম ভস্মাঞ্চল বুলিও কোৱা হয়,,,,,,
এই ঠাইক বৃটিছসকলে ময়ূৰ চৰাইৰ দৰে দেখাৰ বাবে ইয়াক Peacock iland বুলিও কোৱা হয়,,, আমি উমানন্দলৈ যোৱাৰ কিছু দৃশ্য,,,,,

গৌৰৱ উজ্জ্বল বোকাখাতৰ আগশাৰীৰ শিক্ষানুষ্ঠান #জে_ডি_এছ_জি মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগ সন্মানীয় বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী সমাপ্ত কৰি মহাবিদ্যালয়ৰ ছাত্ৰাবাস মহাবিদ্যালয়ৰ বন্ধু বান্ধৱী, আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়, শিক্ষা গুৰুসকলৰ সৈতে,,,,,

মহাবিদ্যালয়ে বহু দিলে ,,,যি দিলে তাক এতিয়া সোঁৱৰি থকাৰ বাদে অন্য একো উপাই নাই,,,,,, মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ পৰা সেই গেটৰ চিকিউৰিটি লৈকে থকা আমাৰ সম্পৰ্কবোৰ আৰু বন্ধুত্বৰ সমন্বয়ৰ,,, বন্ধু বান্ধৱী সকলৰ সৈতে কৰা আমাৰ প্ৰত্যেকটো মূহুৰ্ত জীৱনৰ এটা এটা সজীৱ স্মৃতি আজি,,, মহাবিদ্যালয়ৰ ছাৰ বাইদেউ সকলৰ মৰমবোৰ আমাৰ শক্তি আছিল সাহস আছিল কিন্তু সেইবোৰৰ অন্ত পৰিল,,,,,

#JDSG_College, #Bokakhat, #Assam, #BA

অধ্যক্ষ মহোদয়ৰ সৈতে

#Bartalap media academy #বাৰ্তালাপৰ আমিবোৰ ,,, প্ৰথম কেইটামান দিন বাৰ্তালাপত,,,,

#chakrapaniparasar ছাৰৰ এই শিক্ষানুষ্ঠান সঁচাই অনন্য এই শ্ৰেণীকোঠাৰ পৰাই কত জন সংস্হাপিত হৈছে কত জনৰ পৰিয়াল পৰিচালিত হৈছে,,,, সঁচাই এই শিক্ষানুষ্ঠানৰ বিষয়ে কলে বহু কম হ’ব,,,,,
বিশেষ অনুষ্ঠান আৰু প্ৰণালী বাৰ প্ৰশ্ন
গহপুৰীয়া দিপালী বা আৰু গোলাঘটীয়া বা জনী
বা ভাইটিৰ মৰমবোৰ
আমিবোৰ,,,,,, #বাৰ্তালাপৰ পৰিয়াল
ববিতা বা জনী,,,
#মুজিহি , #পাৰ্থ দা # প্ৰণামী বা
হিৰ পাৰ্থ দা,,,,,
ভ্ৰাম্যমাণ জগতৰ অভিনেতা মৃদুল ভূঞা
#বাৰ্তালাপৰ পৰিয়াল

মৰঙি মহাবিদ্যালয়ত ২৮ মে ২০২২ #JDSG college ৰ অসমীয়া বিভাগৰ #ৰুবী বাইদেউ, #অৰুণ বৰা ছাৰ #হিৰিম্পা বাইদেউ আৰু আমাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ভাইটি #Risikesh

Marangi ত চাহ পৰ্ব
প্ৰমাণ পত্ৰ প্ৰদানৰ দৃশ্য
শ্ৰদ্ধাৰ শিক্ষা গুৰুসকল

নলবাৰীত পাৰ কৰা দিনবোৰৰ কিছু আলোকচিত্ৰ,,,, আৰু বিল্বেশ্বৰ দেৱালয়ৰ কিছু কথা ,,,,,

বিল্বেশ্বৰ দেৱালয়ৰ বিশেষ,,,

নলবাৰী জিলাৰ কোঁচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালতকৈ আগৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়, এই দেৱালয় নলবাৰী জিলাৰ প্ৰায় ১৪/১৫ কিঃমিঃ দূৰত এই দেৱালয় অৱস্থিত ।
এই দেৱালয়ৰ এক বিশেষ কাহিনী আছে,,, এজন ব্ৰাহ্মণৰ এজনী গাই আছিল সেই গাইজনী গাখীৰ দিয়া নাছিল তেতিয়া এদিন ব্ৰাহ্মণজনে কথাটো ভাৱি চিন্তিত হ’ল আৰু গাইজনীৰ পিছে পিছে গৈ এক বিশেষ দৃশ্য প্ৰত্যক্ষ কৰিলে ,,, গাইজনীয়ে ৰৈ থকা ঠাইত নিজে নিজে গাখীৰ পৰি থকা দেখি সেই ঠাইত কি আছে তাৰ ৰসহ্য জানিবলৈ মাটি খান্দি খান্দি শিৱ লিংগ এটা পালে আৰু সেই লিংগ নুঠাবলৈ সপোন দেখুওৱালে তেতিয়াই সেই ব্ৰাহ্মণজনক বিৰিণা গছৰ তলত প্ৰতিষ্ঠা হোৱাৰ কথা ব্যক্ত কৰিলে আৰু সেই বিৰিণাৰ পৰা বিল্বেশ্বৰ আৰু পৰৱৰ্তী সময়ত বেলশৰ নাম হলগৈ,,,,
এই দেৱালয়ত ৩৩ কোটি দেৱতা আছে,,,
ইয়াৰ মাটি প্ৰায় ৫০০০ বিঘাতকৈয়ো অধিক,,,,
এখন বহুত ডাঙৰ পুখুৰী আছে,,,,
বিষ্ণু মন্দিৰ এখন আছে,,,,
২০,০০০ পুজাৰিয়ে পুজা পাটল কৰে,,,,,
মাটিৰ তলত শিৱ লিংগ স্থাপিত আছে,,,,

ৰসহ্যঃ

শিলবোৰ এটা নিৰ্দিষ্ট সময়ত মন্দিৰত ভ্ৰমি ফুৰে,,,

লিংগত পূজা অৰ্চনা কৰিবলৈ যাওঁতে বলধ, কাছ, নাগ আৰু গাভৰু হৈ দৰ্শন দিয়ে,,,,

দুৰ্গা পূজাৰ বিশেষঃ

এই দেৱালয়ত সকলো ঠাইতে মূৰ্তি স্থাপন কৰি পূজা-অৰ্চনা কৰা নহয়, এই দেৱালয়ত ৰাম কল গছ আৰু ৯ম পত্ৰিকাৰে সৈতে দেৱী এটা নিশাৰ ভিতৰতে নিৰ্মাণ কৰা হয়,,,

মোৰ বহু দিন আগতেই চিনাকি ককাই আৰু অভিনয়ৰ লগতে বিভিন্ন দিশৰ ওপৰত নিষ্ঠাৰে কাম কৰা কুলদিপ দা,,

নলবাৰী মুখি যাত্ৰা সময় খুৱেই ভাল,,, নলবাৰীৰে এজন ব্যক্তিৰ সৈতে মোৰ চিটটো আছিল,,, জুবিন,,,, নলবাৰী টাউন নাপাওঁতে গণেশ মন্দিৰত নামি বৰষুণ দি আছিল,,, গণেশ মন্দিৰৰ পৰা #পৰিস্মিতা ঘৰলৈ যাওঁতে ৪০০😠টকা ,,,, মই দিনৰে পৰা নেৰা নেপেৰা বৰষুণৰ কাৰণে বানপানী হৈ গ’ল,,, আঠটা দিন #পৰিস্মিতাৰ মাকে মোৰ নিজৰ মাতৃৰ দৰে মৰম দিলে যি মৰম আজিও মনত পৰে,,, নলবাৰীৰ দেৱালয় ফুৰিবলৈ #ককলিৰ লগত গলো তাইৰ সৈতে কিছু ক্ষণ পাৰ কৰিলোঁ,,,, নলবাৰী জিলাৰ এখন পুথিভঁৰাল যাৰ নাম শুনি আছিলোঁ সেই পুথিভঁৰাল গলো,, এটা বিশেষ হাঁহি ফ’ট দেখি আছিলোঁ চকুৰ আগত লগ পালোঁ #বৰষা বা জনীক ,,, অ এটা পাহৰিছোয়েচোন #ধৃতাশ্ৰীক পালো কিন্তু তাইৰ ঘৰলে এদিনো নামাতিলে,,, আৰু #পৰিস্মিতাৰ দেউতা সচাকৈয়ে তেওঁৰ বুকুত আমাৰ সংস্কৃতিৰ বৃহৎ সংস্কৃতি লোকাই আছে,,, #মিনাক্ষীক লগ কৰিম বুলি ভাবিলোঁ কিন্তু তাই নাহিল,,, অহ আমাৰ #কংকনা থাকি গৈছিল লগ পালোঁ বহুত কথা পাতিলোঁ। অহ আমাৰ #চয়নিকাৰ কথা নিদিলে আধৰুৱা হ’ব,,, চয়নিকাৰ ঘৰলে গৈ বহুত ভাল লাগিল,,,,

ধন্যবাদ @rintukurmi340 ধন্যবাদ #নলবাৰী জিলা,,,

#Nolbari #Balsor #Assam

মৃত্যুঞ্জয় শিৱ মন্দিৰ,,,, ১২৬ ফুট,,,

আজি নগাঁৱৰ #মহা_মৃতুঞ্জয় ত কিছু সময়,,,,
এই আধ্যাত্মিক ক্ষেত্ৰখন বিশ্বৰ ভিতৰতে সৰ্বাধিক ওখ শিৱ লিংগ বুলি কোৱা হয়,,,
ইয়াৰ ওখ ১২৬ ফুট উচ্চতা ,,,
ইয়াত ১০৮ টা কুণ্ড স্হাপিত,,,
এই স্হানতে শিৱভক্ত আৰু অসুৰৰ গুৰু শুক্ৰাচায্যই বহু বছৰ আগতে যজ্ঞ কৰিছিল,,,

ই নগাঁও জিলাৰ এখন ক্ষেত্ৰ,,,
ইয়াৰ মহত্ব অত্যধিক,,,

মোৰ বোধেৰে ভগৱান শিৱৰ আশীৰ্বাদত শুক্ৰাচায্যয়ে অসুৰসকলক মৃত্যুৰ পৰা জীৱিত কৰাৰ বাবে এই ক্ষেত্ৰৰ নাম মহা মৃত্যুঞ্জয় ৰখা হৈছে,,,,

এই ক্ষেত্ৰৰ বহু কাম এতিয়াও চলাই থকা হৈছে,,, বহু কাম বাকী আছে,,,

#নগাঁও
#মহা_মৃত্যুঞ্জয়
#জয়_ভোলানাথ #Nogaon #mritunjoy #Assam

Design a site like this with WordPress.com
Get started