Category Archives: Uncategorized
বেহৰবাৰী আউটপষ্টৰ মোহনডি আৰু মই
সুখবোৰ আনক বিলাবা তেতিয়া বাঢ়ি যা’ব! দুখবোৰ আনক ক’বা কমি যা’ব !
এটা সৰু কাহিনীৰ আৰঁত
এটা ল’ৰা আছিল সি মধ্যবিত্ত পৰিয়ালৰ সি সাধাৰণ ল’ৰাৰ দৰেই আছিল সিঁহতৰ পৰিয়ালত মাক দেউতাক সি আৰু ভন্টি আছিল সি ল’ৰাজন শিক্ষিত হোৱাৰ বাবে মাজে মাজে কিছুমান সৰু কাম পালে নগৰলৈ উলাই গৈছিল ! ল’ৰাজনৰ এটা কাম উলোৱাত এদিন টাউনলৈ গ’ল আৰু তাত থাকি কাম কৰি আছিল তেনেতে এদিন তাৰ জীৱনত বহুত ভুল কাম এটাContinue reading “এটা সৰু কাহিনীৰ আৰঁত”
বৰষা পোৱালী
এই বৰষা ডিব্ৰুগড়ৰ !! মোৰ পোৱালী তাই !! উৎপাত বহু বেছি! এইৰ লগত জননী ভন্টিৰ জৰিয়তে চিনাকী ! এই আকৌ ৰিন্টু দা বুলি সম্বোধন কৰে! মৰম লগা কথাবোৰ সহজ সৰল !! মাজে মাজে খং কৰি থাকে তাই!! মোক অলপ অলপ বেয়া পাই থাকে!!
প্ৰান্তিক ককাইটি
এখেত শিৱসাগৰীয়া !! এখেত সাংবাদিক আৰু বহুত কিবাকিবি !! সহজ সৰল মানুহজন!! ল’গ পোৱা নাই যদিওঁ ল’গ পাম !!
দিপশিখা পোৱালী
এই ডিব্ৰুগড়ীয়া !! মোক দাদা সম্বোধন কৰে !! তাইৰ কথাবোৰ সহজ সৰল আৰু সৰু ছোৱালীৰ দৰে !! তাইৰ কথাবোৰ মৰম লাগে !! চিনাকী হোৱাৰে পৰা ল’গ পোৱা নাই যদিও আপোন ভাৱটো বহুত গভীৰতালৈ আছে!!
জয়া বা!
বা মোৰ বোকাখতিয়া !! আমাৰ ওচৰতে ঘৰ! ৰজাবাৰীৰ ভকতচাপৰিৰ! লিখনিৰ যোগেদি চিনাকী বা’ৰ লগত! এদিন ঘৰলে মাতি পঠিয়াইছিল !! বা’ৰ ঘৰলৈ উলাইছিলো গৈ !! বহুত সহজ সৰল বা’ জনী ! লিখা মেলাত ভাল !! মোক ভাইটি সম্বোধন কৰে!!
পিংকী বা!!
বা মোৰ মৰঙীৰ !! বা’ক প্ৰথম “ঐক্য সেনা অসম” ৰ জৰিয়তে চিনাকী হৈছিলো! বা সংগঠণৰ কাম কাজৰ লগতে বহুতো প্ৰতিভা থকা !! মোক ভাইটি বুলি সম্বোধন কৰে!!
অভিজিত দা!!
এখেত ককাই মোৰ !! তিনিচুকীয়াৰ !! মোক ৰাজনৈতিক পেক্ষাপটৰ বিভিন্ন ধৰণৰ কথা জনোৱাৰ লগতে আমাৰ সামাজিক ব্যৱস্থাৰ বিষয়ে আলোচনা কৰোঁ ! এখেতৰ লগত নিউজ গ্ৰুপ এটাৰ পৰা চিনাকী হৈছিলো! মোক ভাইটি বুলি সম্বোধন কৰে এখেতে! বহুত আগতে এখেতে বিভিন্ন আন্দোলনৰ লগত জৰিত থকাৰ লগতে আন্তুৰাষ্ট্ৰীয় নিউজ চেনেলত কৰ্মৰত আছিল।
