মোক প্ৰথম বাহিৰৰ জগতৰ লগতে সাহিত্যৰ জগতখনৰ লগত চিনাকি কৰাই দি প্ৰতিটো কামতে উৎসাহী কৰি জীৱনৰ যাত্ৰা প্ৰতিটো সাখি থাকি সঠিক পথৰ পথিক বনোৱাৰ চেষ্টা কৰি মোৰ জীৱন সলনি কৰা ব্যক্তি জনেই দুলাল দা।। মোৰ দুলাল দা বন্ধু সকলো ।।আমি কোন কি ধৰিব নোৱাৰি,😁😁😁
Category Archives: Uncategorized
অভিনয়।। ভিডিঅ’আৰু অভিজ্ঞতা।।
Survey………….. জীৱনৰ অন্য এক অভিজ্ঞতা।
ঋতিক।।।। বদতি।।।নিতু।।।।। নিকিতা।।।আৰু।।NSS TEAM
সাংবাদিকতাৰ জীৱনৰ স্মৰণীয় দিনবোৰ।
স্মৰণীয়। অবৰ্ণণীয়। মূহুৰ্ত বোৰ।।।। সংবাদ পৰিবেশন কৰা কিছুমান ক্লিক ।। সকলো ক্লিক সম্ভৱ নহয় যদিও।।
বিশ্বজিতৰ হৰিৰ দৰ্শন ভাওনাত বিশ্বজিৎ ৰ ৰূপত মই।
অভিনয় আৰু ভাওনা কৰি ভাল পোৱা ল’ৰা।।।।
বা মোৰ এলিচা
বা মোৰ এলিচা ।। বা বহুত সহজ সৰল।। কাৰ্বি আংলং ৰ।।মোক ভাইয়া বুলি সম্বোধন কৰে।।খবৰো লৈ থাকে।।
ভন্টি জননী।।
ভন্টি এই মোৰ জননী।।মোক দাদা বুলি সম্বোধন কৰে।।তাইৰ কথাবোৰ মৰমলগা।। ডিব্ৰুগড়ীয়া তাই ।। সিহঁতৰ ঘৰ গ’লে তাইৰ মোক ফুৰোৱাৰ মন।।
2019 চনত প্ৰকাশিত কবিতা।
টেম্পাৰৰ চিনেমাৰ অডিচন।।।।।
Temper film audition.
