Author Archives: Rintukurmi
সৰুতে লিখা কবিতা প্ৰকাশ
ঋত্বিক আৰু মই!
ই মোৰ বন্ধু ঋত্বিক !! মই BA ত প্ৰথম যাওঁতে তাক ল’গ পাইছিলো আৰু ইমান ক’ম সময়ৰ ভিতৰতে বন্ধুত্ব গঢ় লৈ উঠিছিল যে নিজে গ’ম নাপালো!
ককাইদেউ মোৰ
ই মোৰ চন্দন ককাইদেউ!ঘৰ তাৰ বাক্সাত ! পেচাত সি শিক্ষক মোক মৰমৰ ওপৰত কৰে মৰম !! আমাৰ ঘৰলৈ আহিবলৈ তাৰ বহুত মন !! আমি কথা পাতিলে হয় যুক্তি আৰু প্ৰত্যেকটো কথাৰ সকাৰাত্মক নকাৰাত্মক দিশৰ ওপৰত ব্যাখ্যা! প্ৰথম চিনাকী লিখনীৰ পৰা! প্ৰথমতে বিশ্বাস কৰিব বিচৰা নাছিল লাহে লাহে মোৰ বিষয়ে আৰু মোৰ ব্যক্তিগত কিছুমান কথা কোৱাৰContinue reading “ককাইদেউ মোৰ”
ওৰাংত তিনিদিন
ওৰাংত তিনিদিন সেইদিনা আছিল ২০২০ চনৰ ৩১ জানুৱাৰীৰ শুক্ৰবাৰ , ৰাতিপূৱাতে বিচনাৰ পৰা উঠা হ’ল প্ৰায় পূৱা ৫ মান বজাত মনত পৰিল এক বিশেষ ঠাই যোৱাৰ ঠিৰাং কৰাৰ কথা ! পিছে উঠি লৈ নিত্য নৈমিত্তিক কামবোৰ কৰিলো আৰু মোৰ সতে দুজন ককাইদেউ যোৱাৰ কথা আছিল , এজন আছিল ঘৰৰ কাষৰে ককাইদেউ এজন সেই ককাইদেউজনলৈ ফ’নContinue reading “ওৰাংত তিনিদিন”
ম’লাই কাঠনি
ম’লাই আৰু আমিবোৰ সেইদিনা আছিল জানুৱাৰীৰ ৬ তাৰিখ ২০২১ । মই পুৱাতে ৪ বজাতে উঠিলো মায়ে খাই যাবলৈ খোৱাৰ ব্যৱস্থা কৰিলে আৰু ভন্টিয়ে জোতাজোৰ চাফা কৰিলে । মই গা ধুবলৈ আৰম্ভ কৰাৰ আগত ঠাণ্ডাত কপি আছোঁ, হিঃহিঃ উপাই বিহীন গা ধুবই লাগিব এতিয়া কৰো কি? মই বাল্টিত পানী ভ’ৰাই ল’লো আৰু একেবাৰতে ঢালি দিলো আৰুContinue reading “ম’লাই কাঠনি”
School ৰ জীৱনৰ কিছুমান আলোকচিত্ৰ!
সেই ইস্কুল গৈ থকা সময়ছোৱাত আমাৰ বন্ধুত্ববোৰ সেই বন্ধুত্বৰ ধেমেলীয়া নামবোৰ আজিও সজীৱ হৈ আছে!
বা আৰু মই
এই মোৰ বা !! প্ৰথম চিনাকী সৈয়ে ভিডিঅ’ ক’লত কথা পতাৰ ফ’ট!! বা জনী সহজ সৰল ! মোক ভাইটি বুলি সম্বোধন কৰে ! মই কিন্তু বা বুলিয়ে ভাৱো আৰু ভাৱি যা’ম! বা সাংবাদিকতাৰ লগত জৰিত বা যোগ বিদ্যাতো হাত আছে বা’ৰ !! মোক মাজে সময়ে গালি দি থাকে !! rin2
বা আৰু মই
বা মোৰ মৰমৰ নাম পৰশা! বায়ে মোক ভাইটি বুলি সম্বোধন কৰে মৰমো বহুত কৰে কয় সহায় লাগিলে ক’বা বুলি !! বা এতিয়া বিয়া হ’ল ভিনিদেউ আৰু বায়ে তেওঁলোকৰ শিৱসাগৰ স্থিত ঘৰলৈ মাতি থাকে কিন্তু যা’বহে নোৱাৰো !! বা’ক প্ৰথম শিৱসাগৰত ল’গ পাইছিলো যেতিয়া আমি অঃসাঃচাঃৰ সমিতিৰ বিষয়া কিছুমানে AC দিপাৱলী বা’ক ল’গ কৰিবলৈ গৈছিলো!!বা’ৰ সহজContinue reading “বা আৰু মই”
