Class 10 ত মা’ক মিছা কথা কৈ ফ’ট উঠাৰ চলেৰে পলাশ ওৰফে পৰশমণি আৰু পল্লৱজ্যোতি ওৰফে ৰিতুৰাজৰ সৈতে।।।।
Author Archives: Rintukurmi
বাল্য বান্ধৱী পম্পী আৰু অনিতা
বাল্য বান্ধৱী বহুত সৰুৰে পৰা পঢ়িছিলো লগতে। এতিয়া পম্পী বিয়া নাই হোৱা অনিতাৰ হ’ল বিয়া।।।এৰ পি ইস্কুলত আমাৰ বহু স্মৃতি জড়িত হৈ আছে।
বিলাল কাই
বিলাল কাই মোৰ ।। মোক মৰম কৰে।।মোক বুজাই।।মোক শিকাই বহু কথা।। এখেত সকলোতে পাৰ্গত।। মাজে মাজে ৰূপ সলাই থাকে।।মোৰ লগতে বহুতৰে ভৱিষ্যতৰ কথা কৈ থাকে।
নিকিতা বা, 😊
বা মোৰ ডুমডুমীয়া অভিনয় কৰাই এখেতৰ পেচা। ল’গ পোৱা নাই যদিও বা মোৰ।।। জিত ৰাজপুত ককাইদেউ ৰ যোগেদি চিনাকি।
উত্তম ককাইদেউ
ককাদেউ মোৰ গাঁৱৰয়ে মোক কয় গাঁৱত তোমাকে অলপ বিশ্বাস হয়😁বুলি। এখেত NGO ৰ মালিক ।।মোক যথেষ্ট সহায় কৰে।
জনপ্ৰিয়তাৰ ঢৌবৰ্তমান সময় প্ৰয্যুক্তি আৰু বিজ্ঞান মানসিকতাৰ যোগ এই বিজ্ঞা মানসিকতা আৰু প্ৰয্যুক্তি বিদ্যায়ে সমাজৰ বহু উন্নয়ন হৈছে । ক’ৰোণাৰ সংক্ৰমনে এই সকলোবোৰ উন্নয়নক ধুলিসাৎ কৰিবলৈ গৈ আছে লগে লগে জনপ্ৰিয়তাৰ নামত বহু লোক জনপ্ৰিয়তাৰ গৈনা লৈ সামাজিক মাধ্যমত তেওঁলোকৰ নিজা পৰিচয় দাঙি ধৰা প্ৰত্যক্ষ কৰা দেখা যায় । বৰ্তমান জনপ্ৰিয়তাৰ পিছে পিছে দৌৰি ফুৰাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই গৈ আছে আৰু সেই সংখ্যা ভৱিষ্যত দিনত যদি অধিক হয় তেনে কি পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে জানেনে? জনপ্ৰিয়তাৰ নামত গণতান্ত্ৰিক দেশত নিজৰ খ্যাল খুচি মতে জীৱন নিৰ্বাস কৰি আন দহ জনৰ পেটৰ ভাত কাঢ়ি নিয়া সাধাৰণ লোকক অসান্ত কৰিলে গণতন্ত্ৰ কেতিয়াও ৰক্ষা হ’ব নোৱাৰে। গণতন্ত্ৰতই নকয় ডাঙৰ উচ্চ পদস্ত বিষয়াৰ লগত থাকিম বুলি ।সাধাৰণ লোকসকলৰো গণতান্ত্ৰিক অধিকাৰ আছে। এটা উদাহৰণ দিওঁ এজন ব্যক্তি তেখেতক সাধাৰণ লোক কেইজনমানে এটা অনুস্থান আৰম্ভ কৰিয়েই তেখেতৰ পৰা সহায় বিচাৰিছিল আৰু পৰামৰ্শ তথা তেওঁলোকৰ লগত সেই অনুস্থান আগবঢ়াই লৈ যাবলৈ কোৱা হৈছিল কিন্তু তেখেত অমান্তি হ’ল, কিছুদিনৰ পিছত যেতিয়া সেই অনুস্থান সফলতাৰে আগবাঢ়ি গৈ বিভিন্ন বাতৰিকাকত আৰু দূৰদৰ্শনত দেখা প্ৰচাৰ হ’ল তেতিয়া তেখেতে উদ্যোক্তাসকলক উদ্দেশ্যি ক’লে যে “মোৰ নামটো নিদিলা কিয়?” ইয়াৰ পৰা বুজি পোৱা গ’ল তেখেত আচলতে জনপ্ৰিয়তাৰ স্বাৰ্থত আছে ।এনেকুৱা উদাহৰণ বহুত আছে কিন্তু তথাপিও ইয়াৰ পৰা হইতো বুজি জনপ্ৰিয়তাই মানুহক কি কৰিছে । আৰু কিছুমানে অৰ্থ দি নিজৰ জনপ্ৰিয়তা লোৱাৰো পৰিলক্ষিত হয়। এনেধৰণৰ পৰিস্থিতিয়ে উপযুক্ত লোকসকলক বঞ্চিত কৰিব আৰু সমাজৰ কামিহাড় থৰকবৰক হ’ব। সেয়েহে সমাজৰ উপযুক্ত লোকসকলক চিনাক্ত কৰি উপযুক্য ব্যক্তিকহে উপযুক্ত সন্মান প্ৰদান কৰি সমাজখনৰ দায়িত্বশীল ব্যক্তি হিচাপে সমাজখন সঠিক পথত আগুৱাই নিয়াটো প্ৰতিজন ব্যক্তিৰে নৈতিক দায়িত্ব। কেৱল এইটো আমাৰ ওপৰতে নিৰ্ভৰ কৰিব আমি জনপ্ৰিয়তাৰ নামত নে প্ৰতিজন ব্যক্তিৰ নামত কাম কৰিছো । কৰ্মৰ বিনিময়তহে জনপ্ৰিয়তা আহে কৰ্ম ভাল হ’লে নিশ্চয় জনপ্ৰিয় হোৱাটো স্বাভাৱিক। সেয়েহে মহাত্মা গান্ধীয়ে কৈছে কৰ্মই আমাৰ ধৰ্ম।
সৰুতে মই,😂😂
আলি আই লিগাং আৰু আমাৰ স্মৃতিবোৰ
২০২১ বৰ্ষত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু প্ৰশান্ত ছাৰৰ লগত আমি অৰ্থাৎ বিশ্বজিৎ ,সুভ্ৰ, ঋত্ত্বিক আৰু মই মধুৰ এলেংমাৰি স্থিত ঘৰলৈ বুলি গৈছিলো !!!!! সৰু সৰু স্মৃতি কিছুমান ধৰি ৰাখিবলৈ চেষ্টা কৰিছো।
