Author Archives: Rintukurmi
Survey………….. জীৱনৰ অন্য এক অভিজ্ঞতা।
ঋতিক।।।। বদতি।।।নিতু।।।।। নিকিতা।।।আৰু।।NSS TEAM
সাংবাদিকতাৰ জীৱনৰ স্মৰণীয় দিনবোৰ।
স্মৰণীয়। অবৰ্ণণীয়। মূহুৰ্ত বোৰ।।।। সংবাদ পৰিবেশন কৰা কিছুমান ক্লিক ।। সকলো ক্লিক সম্ভৱ নহয় যদিও।।
বিশ্বজিতৰ হৰিৰ দৰ্শন ভাওনাত বিশ্বজিৎ ৰ ৰূপত মই।
অভিনয় আৰু ভাওনা কৰি ভাল পোৱা ল’ৰা।।।।
বা মোৰ এলিচা
বা মোৰ এলিচা ।। বা বহুত সহজ সৰল।। কাৰ্বি আংলং ৰ।।মোক ভাইয়া বুলি সম্বোধন কৰে।।খবৰো লৈ থাকে।।
ভন্টি জননী।।
ভন্টি এই মোৰ জননী।।মোক দাদা বুলি সম্বোধন কৰে।।তাইৰ কথাবোৰ মৰমলগা।। ডিব্ৰুগড়ীয়া তাই ।। সিহঁতৰ ঘৰ গ’লে তাইৰ মোক ফুৰোৱাৰ মন।।
2019 চনত প্ৰকাশিত কবিতা।
টেম্পাৰৰ চিনেমাৰ অডিচন।।।।।
Temper film audition.
