দিপশিখা ভন্টিৰ বিশেষ সাক্ষাৎকাৰ।

মোৰ প্ৰশ্ন ঃ ১/ দাদা পোন প্ৰথমে আপোনাৰ সম্পূৰ্ণ পৰিচয়তো জানিব বিচাৰিছোঁ।২/ আপুনি শিক্ষা জীৱন ক’ত কেনেকৈ সাঙ কৰিলে। ৩/ আপোনাৰ জীৱনৰ মূখ্য লক্ষ্য কি?৪/ আপোনাৰ জীৱনত আটাইতকৈ শ্ৰেষ্ঠতম ব্যক্তি কোন আৰু কিয়?৫/ আপুনি সাংবাদিকতাৰ লগত কেনেদৰে জড়িত? ৫/ আপোনাৰ এটি স্মৰণীয় দিন ক’ব পাৰিবনে? ৬/ আপুনি আজিলৈকে লগ পোৱা কোনোবা মহান ব্যক্তি আছেনে? যদিContinue reading “দিপশিখা ভন্টিৰ বিশেষ সাক্ষাৎকাৰ।”

দুলাল দা মোৰ।।

মোক প্ৰথম বাহিৰৰ জগতৰ লগতে সাহিত্যৰ জগতখনৰ লগত চিনাকি কৰাই দি প্ৰতিটো কামতে উৎসাহী কৰি জীৱনৰ যাত্ৰা প্ৰতিটো‌ সাখি থাকি সঠিক পথৰ পথিক‌ বনোৱাৰ চেষ্টা কৰি মোৰ জীৱন সলনি কৰা ব্যক্তি জনেই দুলাল দা।। মোৰ দুলাল দা বন্ধু সকলো ।।আমি কোন কি ধৰিব নোৱাৰি,😁😁😁

Design a site like this with WordPress.com
Get started