গৌৰৱ উজ্জ্বল বোকাখাতৰ আগশাৰীৰ শিক্ষানুষ্ঠান #জে_ডি_এছ_জি মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগ সন্মানীয় বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী সমাপ্ত কৰি মহাবিদ্যালয়ৰ ছাত্ৰাবাস মহাবিদ্যালয়ৰ বন্ধু বান্ধৱী, আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়, শিক্ষা গুৰুসকলৰ সৈতে,,,,,

মহাবিদ্যালয়ে বহু দিলে ,,,যি দিলে তাক এতিয়া সোঁৱৰি থকাৰ বাদে অন্য একো উপাই নাই,,,,,, মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ পৰা সেই গেটৰ চিকিউৰিটি লৈকে থকা আমাৰ সম্পৰ্কবোৰ আৰু বন্ধুত্বৰ সমন্বয়ৰ,,, বন্ধু বান্ধৱী সকলৰ সৈতে কৰা আমাৰ প্ৰত্যেকটো মূহুৰ্ত জীৱনৰ এটা এটা সজীৱ স্মৃতি আজি,,, মহাবিদ্যালয়ৰ ছাৰ বাইদেউ সকলৰ মৰমবোৰ আমাৰ শক্তি আছিল সাহস আছিল কিন্তু সেইবোৰৰ অন্তContinue reading “গৌৰৱ উজ্জ্বল বোকাখাতৰ আগশাৰীৰ শিক্ষানুষ্ঠান #জে_ডি_এছ_জি মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগ সন্মানীয় বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী সমাপ্ত কৰি মহাবিদ্যালয়ৰ ছাত্ৰাবাস মহাবিদ্যালয়ৰ বন্ধু বান্ধৱী, আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়, শিক্ষা গুৰুসকলৰ সৈতে,,,,,”

নলবাৰীত পাৰ কৰা দিনবোৰৰ কিছু আলোকচিত্ৰ,,,, আৰু বিল্বেশ্বৰ দেৱালয়ৰ কিছু কথা ,,,,,

বিল্বেশ্বৰ দেৱালয়ৰ বিশেষ,,, নলবাৰী জিলাৰ কোঁচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালতকৈ আগৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়, এই দেৱালয় নলবাৰী জিলাৰ প্ৰায় ১৪/১৫ কিঃমিঃ দূৰত এই দেৱালয় অৱস্থিত ।এই দেৱালয়ৰ এক বিশেষ কাহিনী আছে,,, এজন ব্ৰাহ্মণৰ এজনী গাই আছিল সেই গাইজনী গাখীৰ দিয়া নাছিল তেতিয়া এদিন ব্ৰাহ্মণজনে কথাটো ভাৱি চিন্তিত হ’ল আৰু গাইজনীৰ পিছে পিছে গৈ এক বিশেষ দৃশ্যContinue reading “নলবাৰীত পাৰ কৰা দিনবোৰৰ কিছু আলোকচিত্ৰ,,,, আৰু বিল্বেশ্বৰ দেৱালয়ৰ কিছু কথা ,,,,,”

মৃত্যুঞ্জয় শিৱ মন্দিৰ,,,, ১২৬ ফুট,,,

আজি নগাঁৱৰ #মহা_মৃতুঞ্জয় ত কিছু সময়,,,,এই আধ্যাত্মিক ক্ষেত্ৰখন বিশ্বৰ ভিতৰতে সৰ্বাধিক ওখ শিৱ লিংগ বুলি কোৱা হয়,,,ইয়াৰ ওখ ১২৬ ফুট উচ্চতা ,,,ইয়াত ১০৮ টা কুণ্ড স্হাপিত,,,এই স্হানতে শিৱভক্ত আৰু অসুৰৰ গুৰু শুক্ৰাচায্যই বহু বছৰ আগতে যজ্ঞ কৰিছিল,,, ই নগাঁও জিলাৰ এখন ক্ষেত্ৰ,,,ইয়াৰ মহত্ব অত্যধিক,,, মোৰ বোধেৰে ভগৱান শিৱৰ আশীৰ্বাদত শুক্ৰাচায্যয়ে অসুৰসকলক মৃত্যুৰ পৰা জীৱিত কৰাৰContinue reading “মৃত্যুঞ্জয় শিৱ মন্দিৰ,,,, ১২৬ ফুট,,,”

Design a site like this with WordPress.com
Get started