
এখেত মোৰ পৰামৰ্শদাতা !!উৎসাহ দিওঁতা প্ৰিয় ককাইদেউ!! এখেতেই মোক সামাজিক জীৱনগাঁথা !! সামাজিক জ্ঞান আৰু নৈতিকতাকে আদি কৰি বহুতো কথাৰে মোৰ জীৱনটো বাৰেৰহনীয়া কৰি তুলিছিল !! আজি পৰ্য্যন্ত তেখেতৰ মৰম আৰু চেনেহবোৰে মোক মুগ্ধ কৰে !! তেখেতক “ঐক্য সেনা অসম” ৰ যোগেদি চিনাকী হৈছিলো !!
