


ই মোৰ চন্দন ককাইদেউ!ঘৰ তাৰ বাক্সাত ! পেচাত সি শিক্ষক মোক মৰমৰ ওপৰত কৰে মৰম !! আমাৰ ঘৰলৈ আহিবলৈ তাৰ বহুত মন !! আমি কথা পাতিলে হয় যুক্তি আৰু প্ৰত্যেকটো কথাৰ সকাৰাত্মক নকাৰাত্মক দিশৰ ওপৰত ব্যাখ্যা! প্ৰথম চিনাকী লিখনীৰ পৰা! প্ৰথমতে বিশ্বাস কৰিব বিচৰা নাছিল লাহে লাহে মোৰ বিষয়ে আৰু মোৰ ব্যক্তিগত কিছুমান কথা কোৱাৰ পিছতহে ভাইটি হ’লো!!!! সি মোক মৰম কৰে !! মোৰো ভাল লাগে তাক!
