অচ্যিন্ত কাই মোৰ।

যোৰহাট জিলাৰ উদিয়মান নাট্যকাৰ ,সচেতন যুৱক আৰু মোৰ ককাইদেউ !! তেখেতৰ লগত ফ’নতে প্ৰথম চিনাকী ! এটা বিশেষ হোৱাটচএপ গ্ৰুপ আছিল সেই গ্ৰুপত মই কিবা পষ্ট দিয়াৰ বাবে তেখেতে মোলৈ ফ’ন কৰি প্ৰায় ১ঘন্টা ধৰি কথোপকথন হৈছিল আমাৰ !! তাৰ পিছত তেখেতক বিভিন্ন ঠাইত ল’গ পাইছিলো ! আমাৰ মাজত ককাইদেউ সম্বন্ধটোহে কিন্তু আমি বন্ধুৰ দৰে বহু ধেমেলিয়া কথাৰে আনন্দত থাকো ।

Published by Rintukurmi

journalist

Design a site like this with WordPress.com
Get started